The Assam B.ED & D.El.Ed Entrance Exam 2026 – Final Revision Booster Batch is specially designed to help students strengthen their preparation and maximize their scores in the upcoming entrance exams. Guided by experienced faculties, the batch focuses on concept clarity, faster problem-solving techniques, and exam-oriented strategies to ensure effective preparation.
This course includes a combination of live classes and practice-focused sessions, allowing students to learn systematically and revise important topics with ease. Whether you are beginning your preparation or aiming to improve your performance, this batch offers the right mix of theory, practice, shortcuts, and strategic guidance.
The batch also includes:
Last 10 Years PYQs of both Assam B.ED & D.El.Ed Entrance Exams
Subject-wise Foundational Classes
Exam-Oriented Practice & Strategy Sessions
Concept Building + Revision Support
Batch Starts From: 1 June 2026
অসম B.ED আৰু D.El.Ed Entrance Exam ২০২৬ ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে “Final Revision Booster Batch”, যিয়ে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে শক্তিশালী আৰু স্মাৰ্ট প্ৰস্তুতি গঢ়ি তোলাত সহায় কৰিব। অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা পৰিচালিত এই কোর্সত ধাৰণা স্পষ্টকৰণ, সমস্যা সমাধানৰ গতি বৃদ্ধি আৰু পৰীক্ষাভিত্তিক কৌশলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।
এই বেচত লাইভ ক্লাছ আৰু অনুশীলনভিত্তিক ছেছনৰ সমন্বয় থাকিব, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ সুবিধা অনুসৰি শিকিব আৰু যিকোনো সময়তে পুনৰ অধ্যয়ন কৰিব পাৰিব। আপুনি নতুনকৈ প্ৰস্তুতি আৰম্ভ কৰক বা নিজৰ প্ৰস্তুতি আৰু অধিক মজবুত কৰিব বিচাৰক — এই বেচটোৱে থিয়ৰি, অনুশীলন, সহজ কৌশল আৰু স্মাৰ্ট গাইডেন্সৰ এক সম্পূৰ্ণ সমন্বয় আগবঢ়াব।
এই বেচত অন্তৰ্ভুক্ত থাকিবঃ
অসম B.ED আৰু D.El.Ed Entrance Exam ৰ বিগত ১০ বছৰৰ PYQs
বিষয়ভিত্তিক ভিত্তিমূলক ক্লাছ
পৰীক্ষাভিত্তিক অনুশীলন আৰু কৌশলমূলক ছেছন
ধাৰণা গঠন আৰু পুনৰাবৃত্তি সহায়
বেচ আৰম্ভঃ ১ জুন ২০২৬ পৰা