মেট্ৰিক পৰীক্ষাক বহুলভাৱে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰখনৰ প্ৰথম পদক্ষেপ বুলি কোৱা হয় য’ত ছাত্ৰ-ছাত্ৰীসকলে ভবিষ্যতৰ উচ্চ শিক্ষাৰ সৈতে ব’ৰ্ড পৰীক্ষাত যোগ্যতা অৰ্জন কৰিবলৈ ৰাজ্যিক পৰ্যায়ত (ছেবাৰ অধীনত) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
অসমৰ মাধ্যমিক শিক্ষা বৰ্ডে HSLC পৰীক্ষাৰ বাবে বহুবিকল্পী(MCQ) প্ৰশ্নৰ নতুন আৰ্হি প্ৰৱৰ্তন কৰিছে যিয়ে বহু ছাত্ৰ-ছাত্ৰীক চিন্তিত কৰি পেলাইছে, কেনেকৈ আৰু ক’ৰ পৰা প্ৰস্তুতি চলাব লাগে। এই MISSION HSLC Batchএ গতিশীল শিক্ষণত সহায় কৰিব, সমালোচনাত্মক চিন্তাধাৰা বৃদ্ধি কৰিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত MCQ সমূহ সঠিকভাৱে সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্ঠ সহায় কৰিব যাৰ ফলত সামগ্ৰিকভাৱে ভাল নম্বৰ পোৱাত সহায় কৰিব
HSLC is widely termed as the first step into the field of competitive exams wherein students compete at the state level (under SEBA) to qualify in the Board Exams with flying colours. The Board of Secondary Education, Assam (SEBA) has introduced the new pattern of MCQ Questions for the HSLC Exam which has left many students into splits, as to how and where to prepare from. This MISSION HSLC Batch will help in dynamic learning, enhance critical thinking and foster the art of solving MCQs correctly within the stipulated time thus helping in a good score overall.