Valid for 12 MONTH









Prepare confidently for the Assam Direct Recruitment Exam (ADRE) with our ADRE 3.0 Foundation Batch, curated by a team of expert educators who have consistently delivered 95%+ common questions in previous ADRE exams.
This batch is designed to build strong fundamentals across all essential subjects and equip you with effective strategies to ace the exam. Ideal for aspirants of Class VIII, X, HSSLC, and Graduate level exams, this course ensures complete preparation through a smart, structured, and practice-based approach.
Assam Direct Recruitment Exam (ADRE)ৰ বাবে আত্মবিশ্বাসেৰে প্ৰস্তুতি লওক আমাৰ ADRE 3.0 Foundation Batchৰ সৈতে। এই বেচটো অভিজ্ঞ শিক্ষকসকলৰ এটা টীমে প্ৰস্তুত কৰিছে, যিসকলে আগৰ ADRE পৰীক্ষাসমূহত 95%+ common প্ৰশ্ন আগবঢ়াবলৈ সক্ষম হৈছে।
এই বেচটো সকলো গুৰুত্বপূর্ণ বিষয়ৰ শক্ত ভিত্তি গঢ়ি তুলিবলৈ আৰু পৰীক্ষাত সফল হ’বলৈ প্ৰয়োজনীয় smart strategyসমূহ শিকিবলৈ ডিজাইন কৰা হৈছে। Class VIII, X, HSSLC আৰু Graduate levelৰ প্ৰাৰ্থীৰ বাবে ই একেবাৰে উপযুক্ত।
Structured planning, smart learning আৰু নিয়মীয়া practiceৰ যোগেদি এই কোর্সে আপোনাৰ সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰে
HSSLC
Bachelor Degree (Graduation)
Class X (Matriculation)
Class VIII
For Full Study Plan Click Here